← ফুৰি যাওক

চুমই

cumai

অৰ্থ

1.

মিহি; অতি সৰু আৰু পাতল; যেনে-"কেলেই কুটিলা চুমইকৈ পচলা" (বিয়ানাম)

fine; thin; not coarse

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চুমই · অসমীয়া অভিধান