চুৱা
su.wa
অৰ্থ
1.
পবিত্ৰ নোহোৱা, চুৱা বুলি ভবা ৷
not holy; not sacred or hallowed.
প্ৰকৃত বিশেষণ
2.
খোৱাৰ পিচত ৰৈ যোৱা অথবা এৰি অহা খাদ্যভাগ ৷
The remnant of food eaten; portion of food left after eating.
বস্তুবাচক বিশেষ্য
সমাৰ্থক শব্দ
3.
লেতেৰা আৰু/ বা অশুচি (বুলি ভবা) বস্তু৷
something (considered as) dirty and impure.
জাতিবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ