কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধেকুৰীdhe.ku.riCommon Noun
মাইকী কুকুৰ বা তেনে জাতীয় অন্য মাংসভোজী স্তন্যপায়ী জন্তু
the female of the dog or some other carnivorous mammals
- ধেক্Abstract Noun
a succession of musical sounds forming an air or melody, with or without the harmony accompanying it
- ধেকৰিCommon Noun
মাইকী কুকুৰ
female dog
- ধেতোৰdhetoraNoun
ইকৰাৰ ফুলৰ গেৰেলা থোৰ
the diseased spadix of the ekrā reed
- ধেনীNoun
গৰু-ম'হৰ জিভাত সৰু সৰু ৰঙা খহুৰ নিচিনা হৈ ওলোবা এবিধ ৰোগ
a kind of disease which affects the tongue of cattle
- ধেনুdhenuNoun
পোবালি হোবা গাই; খীৰতী গাই
a cow that has calved; a cow; a milch cow
- ধেনুকাড়Material Noun
ধেনু আৰু কাড়ৰ সমষ্টি
A combo of a bow and arrows.
- ধেনুগুটিdhe.nu.gu.tiMaterial Noun
কেটেপাৰে মাৰিবলৈ ব্যৱহাৰ কৰা, ৰঙা আলতীয়া মাটিৰে বনোৱা মাৰ্বলগুটি আকাৰৰ সৰু গুটি/ বল৷
a small ball used to throw by a catapult/slingshot
- ধেনুধাৰীdhe.nu.dha.riCommon Noun
A person who shoots with a bow and arrows.
- ধেনুসজাdhenusajāNoun
এবিধ ঢেকীয়া [তাৰে ধেনুৰ জোঁৰ তৈয়াৰ কৰে।]
a kind of fern
- ধেন্দdhendaNoun
চকু, ফল আদিৰ ওপৰৰ ঢাকনি বা বাকলি মেল খাই বা ফাট মেলি ভিতৰৰপৰা ওলোবা কোমল অংশ; যেনে-"চকুৰ ধেন্দ ওলাল"
the soft portion of a fruit and the like which becomes visible when the outer-coverning is broken
- ধেপাই তিতাdhe.pai ti.taCommon Noun
গুল্ম জাতীয় গছ বিশেষ৷
The Hill glory bower, is a perennial shrub belonging to the family Lamiaceae, also sometimes classified under Verbenaceae. It is the type species among 400 species of Clerodendrum.
- ধেবাdhebāNoun
যুদ্ধ; ৰণ
war
- ধেমচি শাকdhe.mo.si xakProper Noun
হিমালয়ৰ পাদদেশত আৰু হিমালয়ত খুব খেতি কৰে, ইয়াৰ পাত পাচলিৰ নিচিনা খাব পাৰি, কেচায়ো খাব পাৰি, ইয়াত ৰুটিন পদাৰ্থ থকাৰ বাবে স্বাস্থ্য কৰ, গুটি কেচাই বা ৰান্ধি খাব পাৰি, গুটি ৰাতি পানীত ভিজাই ৰাখি, গাজ ওলিয়াই চালাড হিচাবে খাব পাৰি, ইয়াক খুন্দি গুৰি কৰি, পিঠা, নুদুল, ব্ৰেড, বা অন্য হিচাপে খাব পাৰে, ইয়াৰ গুৰি চাবোন বনাবলৈকো ব্যৱহাৰ কৰে৷ ভিটামিন বি ৬ সমৃদ্ধ ইয়াৰ গুৰিৰ পৰা উকৃষ্ট বিয়েৰ বনাব পাৰি।
Buckwheat is a plant cultivated for its grain-like seeds, and also used as a cover crop. To distinguish it from a related species, Fagopyrum tataricum that is also cultivated as a grain in the Himalayas.
- ধেমনাdhemanāNoun
নিয়মমতে বিয়া নকৰা বা বাটলু তিৰী ৰখা মতা; ধেমনী ৰখা মতা; বটলা।
- ধেমনীdhemanīNoun
বিয়া নকৰাকৈ চপাই লোবা তিৰোতা
a mistress
- ধেমাMaterial Noun
পানী থোৱা বহল মুখৰ টিন বা প্লাষ্টিকৰ পাত্ৰ |
A round open container with a handle for carrying or drawing water
- ধেমাজিProper Noun
ধেমাজি ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে অৱস্থিত অসম ৰাজ্যৰ এখন জিলা৷ জিলাখনৰ উত্তৰে আৰু পূবে অৰুণাচল প্ৰদেশ, দক্ষিণে ব্ৰহ্মপুত্ৰ নদী আৰু পশ্চিমে লখিমপুৰ জিলা৷ ধেমাজি জিলাৰ মুঠ মাটিকালি হৈছে ৩২৩৭ বৰ্গ কিঃমিঃ৷
Dhemaji district is an administrative district in the state of Assam in India. The district headquarters are located at Dhemaji.
- ধেমাধৰাdhe.ma.dho.raCommon Noun
ব্যক্তিগত লাভালাভৰ আশাত আনৰ পিছে পিছে ঘূৰি ফুৰা লোক
a person who attaches himself or herself to another person in the hope or expectation of personal gain
- ধেমালিdhemāliNoun
খেল; ক্ৰীড়া; ৰং লগোবা কৰ্ম্ম
play; sport