← ফুৰি যাওক

ধেমালি

dhemāli

অৰ্থ

1.

খেল; ক্ৰীড়া; ৰং লগোবা কৰ্ম্ম

play; sport

বি.

2.

মৱদং আৰু খোলেৰে গায়ন গোবাৰ এটা ক্ৰম [প্ৰথম ঘাতৰ পাছত গায়ন গোবা মানুহবিলাক থিয় হৈ পৱথক পৱথক তাল, খোজ আৰু নাম ধৰি ভাগ ভাগ কৰি গায়ন গায়; তাৰে এভাগক ধেমালি বোলে; যেনে-ঘোষা-ধেমালি, ছোঁ- ধেমালি, ৰাগ-ধেমালি, বৰ-ধেমালি, সৰু-ধেমালি, নট-ধেমালি, ন-ধেমালি।]

a division of the musical performance with Assamese khol or mrdanga

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ