← ফুৰি যাওক

ধেনু

dhenu

অৰ্থ

1.

পোবালি হোবা গাই; খীৰতী গাই

a cow that has calved; a cow; a milch cow

বি.

2.

এজনী গাইৰ মূল্যৰ বা দৰিদ্ৰৰ পক্ষে এটা সিকি মূল্যৰ পৰাচিত

a purificatory rite in which four annas are paid generally to the officiating priest

বি.

3.

ধনু; ; ধেনুপতীয়া বাঘ মৰা ধেনু পতা মানুহ

a bow ; one who sets bows for killing tigers

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ধেনু · অসমীয়া অভিধান