কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অঠাবৰaṭhābaraAdjective
অনিশ্চয়; অঠিক
uncertain
- অঠাৱৰo.tha.worProper Adj.
নিশ্চয়ৰ অভাৱ; ঠিৰাংকৈ ক’ব নোৱাৰা অথবা সঠিক সিদ্ধান্তত উপনীত হ’ব নোৱৰা|
Lacking or indicating lack of confidence or assurance; not established beyond doubt, still undecided or unknown.
- অঠিকaṭhikaAdjective
ঠিক নোহোবা; অঠাবাৰ; অনিশ্চিত; অনিশ্চয়
uncertain
- অণুমাত্ৰAdjective
অতি অলপ; কিঞ্চিৎ
very small
- অণ্ডজAdjective
[সং.] কণীৰপৰা ওপজা
oviparous
- অণ্ডপ্ৰসৱীon.do.pro.xo.biProper Adj.
কণীৰপৰা জন্ম হোৱা ।
producing young by means of eggs which are hatched after they have been laid by the parents.
- অণ্ডাকাৰAdjective
কণী বা ডিমাৰ গঢ়ৰ; মাজ ডাঙৰ আৰু দুই মূৰ জোঙা আকাৰৰ
egg-shaped
- অণ্ডাকৃতিon.da.kri.tiAdjective Adj.
দেখিবলৈ কণীৰ নিচিনা;কণীৰ আকৃতিৰ ।
The shape of an ellipsoid likewise the shape of an egg.
- অণ্ডাকৱতিAdjective
কণী বা ডিমাৰ গঢ়ৰ; মাজ ডাঙৰ আৰু দুই মূৰ জোঙা আকাৰৰ
egg-shaped
- অতন্দ্ৰatandraAdjective
সজাগ; তন্দ্ৰাহীন; সতৰ্ক; সাবধান
alert; careful; vigilant
- অতন্দ্ৰিতatandritaAdjective
সজাগ; তন্দ্ৰাহীন; সতৰ্ক; সাবধান
alert; careful; vigilant
- অতপাatapāAdjective
বৰকৈ বঢ়া বা হোবা; অসাধাৰণ; অতিপাত
excessive; uncommon
- অতলatalaAdjective
যাৰ তলি পোবা নেযায়; অগাধ; আথাউনি
bottomless; unfathomable
- অতলস্পৰ্শAdjective
যাৰ তলি স্পৰ্শ কৰিবলৈ বা ছুবলৈ পোয়বা নেযায়; অগাধ; থাউনি নোপোবা
unfathomable
- অতলস্পৰ্শীo.tol.xpor.xiProper Adj.
যাৰ তলিপোৱা নাযায় ।
impossible to measure the depth
- অতিotiAdverb
স্বাভাৱিকতকৈ বেছি।
more than the normal.
- অতি কমেওo.ti ko.meo`Adjective Adj.
অতি কমকৈ হ’লেও ৷
at the lowest estimate or figure.
- অতি বেছিo.ti be.siProper Adj.
প্ৰয়োজনতকৈ বেছি অথবা নিৰ্দ্দিষ্ট পৰিমাণতকৈ অধিক ৷
More than or beyond what is usual, normal, expected, or necessary.
- অতি সুন্দৰo.ti xun.dorProper Adj.
অত্যন্ত ভাল গুণাগুণ বা মান বিশিষ্ট।
Extremely good in quality or characteristics.
- অতিকায়atikāẏaAdjective
বৰ ডাঙৰ শৰীৰ-যুক্ত; যেনে-অতিকায় হস্তী। বি. ৰাবণৰ এক পুত্ৰ।