← ফুৰি যাওক

অতপা

atapā

অৰ্থ

1.

বৰকৈ বঢ়া বা হোবা; অসাধাৰণ; অতিপাত

excessive; uncommon

বিণ.

2.

উৎপতীয়া; বৰ দুষ্ট

very naughty

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ