কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ড’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ডোকমোকালিḍokamokāliNoun
পুবাৰ অলপ এন্ধাৰ অলপ পোহৰ অবস্হা; চট পোহৰ; কোক-মোকালি
the twilight of early dawn
- ডোখৰḍokharaNoun
খণ্ড অংশ; টুকুৰা; সৰু বা মৰম লগা অৰ্থত "ডুখৰি" হয়
a piece
- ডোঙাḍoṅāNoun
সৰু খালত ভৰি থকা পানী
a small pool of water
- ডোঙ্গাḍoṅgāNoun
জাঁপ; ডেব; যেনে-"মাৰোঁ মাৰোঁ কৰি সিটো ডোঙ্গা এক দিল" (বঘাসুৰ)
to leap
- ডোবাḍobāNoun
দ পানী থকা ঠাই
a sheet of deep standing water
- ডোবাৰḍobāraNoun
নৈয়ে এৰি যোবা পানী থকা দ সুঁতি; মৰি-নৈৰ ডুবি
an old channel of a river containing stagnant deep water
- ডোবাৰ-জৰীḍobāra-jarīNoun
তাঁতৰ দীঘল সূতাৰ মূৰ দুটা টোলোঠাত বান্ধি ৰখা জৰী
the rope by which the ends of the warp are tied on the beam
- ডোবোলাḍobolāNoun
দ পানী থকা ঠাই
a sheet of deep standing water
- ডোমḍomaNoun
এজাতি মানুহ।
- ডোমচোৰাতḍomacorātaNoun
এক প্ৰকাৰ চোৰাত।
- ডোলḍolaNoun
জৰী; গুণ
a string; a rope; the strand of a rope
- ডোল-জালḍola-jālaNoun
দুফালে দীঘল জৰী লগাই টনা ডাঙৰ জালবিশেষ
a kind of big fishing dragnet
- ডোল-ফঁহতিNoun
মন্ত্ৰ কৰা জৰী আদি।
- ডোহাdo`.haProper Noun
কাটাৰৰ ৰাজধানী আৰু সৰ্ববৃহৎ চহৰ৷
the capital and largest city of Qatar
- ডোৰḍoraNoun
জৰী; বন্ধন; যেনে-"পাপ পুণ্য ভৈল এ বৰ ডোৰ" (বৰগীত)
a string; bondage
- ডোৰাḍorāNoun
কাপোৰ ফাটি সূতা ওলোবা ভাগ
the shreds of a torn cloth
- ডোৰা-কানিNoun
ফটা কানি; বৰকৈ ফাটি ছিটাছিট হৈ জৰীৰ নিচিনা হোবা কাপোৰ
a cloth torn to shreds
- ডৌকাḍaukāNoun
ডেউকা।
- ডৌলাḍaulāNoun
ধাতুৰ গুণাৰে কৰা আঙঠি এটাত এটা মণি ওলোমাই কাণৰ ফুটাত পিন্ধা অলঙ্কাৰ
a kind of ear-ornament
- ড্ৰdroAbstract Noun
কোনো খেলৰ হাৰ-জিতৰ সিদ্ধান্ত নোহোৱাকৈ সমাপ্ত হোৱা অৱস্থা
a situation in which each team in a game has equal points and neither side wins