← ফুৰি যাওক

ডোৰ

ḍora

অৰ্থ

1.

জৰী; বন্ধন; যেনে-"পাপ পুণ্য ভৈল এ বৰ ডোৰ" (বৰগীত)

a string; bondage

বি.

2.

ভয়; যেনে-"শমনক লাই জীব বড় ডোৰ। (বৰগীত)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ডোৰ · অসমীয়া অভিধান