ডোবাৰ
ḍobāra
অৰ্থ
1.
নৈয়ে এৰি যোবা পানী থকা দ সুঁতি; মৰি-নৈৰ ডুবি
an old channel of a river containing stagnant deep water
বি.
2.
তাঁতত বৈ থকা দীঘ সূতাৰ মূৰ [বওঁতাৰ ওচৰৰ টোলোঠাৰ খোলনিত সুমাই বন্ধা মূৰক ডিতব-ডোবাৰ আৰু দূৰৰ টোলোঠাত বন্ধা মূৰক বাজ-ডোবাৰ কয়।]
one of the two ends of the warp which is tied on the beam of a loom
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ