← ফুৰি যাওক

ডোকমোকালি

ḍokamokāli

অৰ্থ

1.

পুবাৰ অলপ এন্ধাৰ অলপ পোহৰ অবস্হা; চট পোহৰ; কোক-মোকালি

the twilight of early dawn

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ডোকমোকালি · অসমীয়া অভিধান