কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চন্তৰীcantarīNoun
পৰীয়া; প্ৰহৰী; ৰখীয়া।
sentry
- চন্দনcandanaNoun
চন্দন কাঠ পানীৰে সৈতে শিলত ঘঁহি কৰা এবিধ লেপ্লেপীয়া বস্ত্ত [তাৰে ফোট-ৰেঘা লোবা হয়]; পিছা চন্দন কাঠ
a paste made by rubbing sandalwood on a stone
- চন্দন-যাত্ৰাcandana-yātrāNoun
ব'হাগৰ শুক্লা তৱতীয়া তিথিত জগন্নাথৰ শৰীৰত চন্দন ঘঁহি কৰা যাত্ৰা বা উৎসব।
- চন্দনাcandanāNoun
এবিধ বুকু-ৰঙা ভাটৌ; মদনা
a species of parrot
- চন্দনাপক্ষীson.do.na.po.khyiCommon Noun
any of numerous hook-billed, often brilliantly colored birds of the order Psittaciformes, as the cockatoo, lory, macaw, or parakeet, having the ability to mimic speech and often kept as pets.
- চন্দলাইNoun
বাউ ভাগি ফেটলেঙা হোবা খৰাহি বা পাচি
a broken and flattened basket
- চন্দাcandāNoun
এবিধ চেপেটা ঘূৰণীয়া মাছ [ইয়াৰ অনেক জাতি আছে; যেনে-ৰঙা চন্দা . আৰু ফুলচন্দা
Ambassis ranga ; Equnla odentula]; a kind of small flat round fish
- চন্দাৰcandāraNoun
চন্দোবাৰ; যেনে-"ৰজালৈ দিয়া চামৰ
- চন্দুকcandukaNoun
কাঠৰ পেড়া
a box; a chest
- চন্দুবালি লাজNoun
shame
- চন্দুৱালিson.du.wa.liAbstract Noun
নিজে বা আনে কৰা কোনো অসন্মানজনক, অনুপযুক্ত বা হাস্যকৰ কামৰ কথা ভাবি হোৱা দুখজনক অনুভূতি।
the painful feeling arising from the consciousness of something dishonorable, improper, ridiculous, etc., done by oneself or another.
- চন্দোবাৰcandobāraNoun
চন্দ্ৰতাপ
a canopy
- চন্দোৱাৰson.do`.warMaterial Noun
ডাঙৰ লোক বহা অথবা দেৱতাৰ মূৰ্তি থোৱা ঠাইৰ ওপৰত তৰা কাপোৰ ।
A cover over a bed or head for shelter or decoration
- চন্দ্ৰcandraNoun
জোন; শশধৰ
the moon
- চন্দ্ৰ বিন্দুson.dro bin.duAbstract Noun
অসমীয়া ভাষাত নাসিক উচ্চাৰণ সূচোৱা ঁ চিহ্ন
The sign (ঁ) used to indicate nasal sound in Assamese
- চন্দ্ৰ-কলাNoun
চন্দ্ৰৰ ষোল ভাগৰ এভাগ; যেনে-"আঁউসীৰপৰা পূৰ্ণিমালৈকে চন্দ্ৰৰ দিনে এক এক কলা বাঢ়ে"; . চন্দ্ৰৰ ষোল কলা নাম -(
one sixteenth part of the moon
- চন্দ্ৰ-বন্ধনীson.dro-bon.dho.niAbstract Noun
( ), সাহিত্যত আৰু গণিতত ব্যৱহাৰ চিহ্ন৷
A pare of symbol "( )"use in literature and in mathematics.
- চন্দ্ৰ-মণ্ডলcandra-maṇḍalaNoun
চন্দ্ৰৰ ঘূৰণীয়া মেৰ বা আকাৰটো
orb or disc of the moon
- চন্দ্ৰ-শেখৰcandra-śekharaNoun
মহাদেব; শিব।
- চন্দ্ৰকson.drokMaterial Noun
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).