← ফুৰি যাওক

চন্দ্ৰ

candra

অৰ্থ

1.

জোন; শশধৰ

the moon

বি.

2.

কান্তি; যেনে-"দুগ্ধে চন্দ্ৰ বাঢ়ে শাকে বাঢ়ে মল" (ডাক-চৰিত্ৰ)

lustre

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চন্দ্ৰ · অসমীয়া অভিধান