← ফুৰি যাওক

চন্দ্ৰ-কলা

অৰ্থ

1.

চন্দ্ৰৰ ষোল ভাগৰ এভাগ; যেনে-"আঁউসীৰপৰা পূৰ্ণিমালৈকে চন্দ্ৰৰ দিনে এক এক কলা বাঢ়ে"; . চন্দ্ৰৰ ষোল কলা নাম -(

one sixteenth part of the moon

বি.

2.

) পূষা, (

বি.

3.

) যশা, (

বি.

4.

) সুমনসা, (

বি.

5.

) ৰতি, (

বি.

6.

) প্ৰাপ্তি, (

বি.

7.

) ধৱতি, (

বি.

8.

) ঋদ্ধি, (

বি.

9.

) সৌম্যা, (

বি.

10.

) মৰীচি, (

বি.

11.

) অংশু-মালিনী, (

বি.

12.

) অঙ্গিৰা, (

বি.

13.

) শাশিনী, (

বি.

14.

) ছায়া, (

বি.

15.

) সম্পূৰ্ণ মণ্ডল, (

বি.

16.

) তুষ্টি, (

বি.

17.

) অমৱতা।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চন্দ্ৰ-কলা · অসমীয়া অভিধান