কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হ্ৰাসপ্ৰাপ্তhrax. prap.toProper Adj.
ক্ষয় হোৱা কোনো বস্তু ৷
Something that has been damaged by decay.
- হৰharaNoun
যি দুখ গুচায় বা সংহাৰ কৰে অৰ্থাৎ শিব; মহাদেব
the god Śiva
- হৰক্-তৰক্harak-tarakAdjective
অস্হিৰ; মিছা; সঁজাত নাইকিয়া (কথা)
changeful; false; untrue
- হৰণকাৰীho.ron.ka.riVerbal Adj.
গুচাওঁতা বা দূৰ কৰোঁতা
one who removes or takes away
- হৰলুকিhor.lu.kiProper Adj.
বিচাৰি নোপোৱা বা হেৰাই যোৱা অৱস্থা
become untraceable; not being able to be found
- হৰষিতharaṣitaAdjective
"হৰ্ষিত" শব্দৰ অপভ্ৰংশ।
- হৰহৰীয়াProper Adj.
অকণো নুলুকুৱাকৈ প্ৰকাশ কৰা (মনৰ ভাৱ)
Saying what one thinks without hiding.
- হৰাharāNoun
মানুহৰ প্ৰাণ নাশ বা অনিষ্ট কৰা এক প্ৰকাৰ কুমন্ত্ৰ
an incantation supposed to injure or kill a man when used against him
- হৰি-সমুখhari-samukhaAdjective
শৰণ লোবা; ভকত হোবা; নাম-কথা লোবা
initiated into Vaisnava religion
- হৰিণনয়নীho.rin.no.yo.niProper Adj.
হৰিণাৰ দৰে ধুনীয়া চকু থকা তিৰোতা |
Woman with beautiful eye like deer.
- হৰিণাক্ষীho.ri.na.khyiProper Adj.
হৰিণাৰ দৰে ধুনীয়া চকু থকা তিৰোতা |
Woman with beautiful eye like deer.
- হৰিণীনয়নাho.ri.ni.no.yo.naProper Adj.
হৰিণাৰ দৰে ধুনীয়া চকু থকা তিৰোতা |
Woman with beautiful eye like deer.
- হৰিতharitaAdjective
হালধীয়া
yellow
- হৰিদেবীAdjective
হৰিদেবৰ মনত চলা
following the tenets of Harideva
- হৰিব্যাসীAdjective
হৰিব্যাসে চলোবা ধৰ্ম্মৰ মতে চলা
following the tenets of Harivyāsa
- হৰিষিতho.ri.xitProper Adj.
আনন্দ, সন্তুষ্টি বা আমোদ প্ৰকাশ কৰা, উপভোগ কৰা অথবা দেখুওৱা
Enjoying, showing, or marked by pleasure, satisfaction, or joy
- হৰিৎharitAdjective
হালধীয়া
yellow
- হৰেকharekaAdjective
নানা; অনেক
various; miscellaneous
- হৰেকৰকমho.rek.ro.komProper Adj.
বহু প্ৰকাৰৰ গুণ-বিশিষ্ট
having differing characteristics
- হৰ্ষজনকAdjective
আনন্দ দিয়া; ৰং লগোবা; সন্তোষ জন্মোবা
delightful; pleasing