হৰক্-তৰক্
harak-tarak
অৰ্থ
1.
অস্হিৰ; মিছা; সঁজাত নাইকিয়া (কথা)
changeful; false; untrue
বিণ.
2.
অস্হিৰ কথা; সঁজাত নাইকিয়া কথা; যেনে-"সি হৰক্-তৰক্ নেজানে"
untruth; changeableness
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ