হৰ
hara
অৰ্থ
1.
যি দুখ গুচায় বা সংহাৰ কৰে অৰ্থাৎ শিব; মহাদেব
the god Śiva
বি.
2.
হৰোঁতা; হৰণকাৰী এটা বিশেষ্য শব্দৰ পাছত যোগ হয়); যেনে-"পাপহৰ; দুখহৰ"
a remover; a destroyer
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ