← ফুৰি যাওক

হৰা

harā

অৰ্থ

1.

মানুহৰ প্ৰাণ নাশ বা অনিষ্ট কৰা এক প্ৰকাৰ কুমন্ত্ৰ

an incantation supposed to injure or kill a man when used against him

বি.

সমাৰ্থক শব্দ

2.

পৰাস্ত হোবা কাৰ্য্য; হাৰণ

defeat

বি.

3.

পৰাস্ত হোবা

defeated

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ