কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সফল-মনোৰথxo.phol-mo.no`.rothAdjective Adj.
যি সদায় কাৰ্য্যকৰী বা কৃতকাৰ্য্য
unfailing in effectiveness; always successful
- সফলকামxo.phol.kamProper Adj.
আশা কৰা মতে ঘটা বা শেষ হোৱা; প্ৰচেষ্টা কৰা বা বিছৰা মতে অৰ্জন কৰা
happened or terminated according to desire; accomplished what is attempted or intended
- সবsabaAdjective
সকলো
all
- সবলsabalaAdjective
বলী; বল থকা (মনুহ); . সাৰুবা (মাটি)
strong ; fertile
- সবলচেতাxo.bol.se.taProper Adj.
উদ্দেশ্যৰ ক্ষেত্ৰত কঠোৰতা বা স্থিৰতা দেখুওৱা
Showing determination or firmness of purpose
- সবহsabahaAdjective
অনেক; অধিক; বহুত, বিস্তৰ; . ক্ৰি. বিণ. সৰহকৈ। সৰহীয়া বিণ. অধিক; বেছি; বহুত; সৰহকৈ খকা; . ক্ৰি. বিণ. সৰহীয়াকৈ।
many; much; abundant ; much; many; numerous; consisting of a large number
- সবহুৰাsabahurāAdjective
সবাহ-সম্পৰ্কীয়; সবাহত দিয়া বা ব্যবহাৰ কৰা
relating to or used at a public worship
- সবাতজীৱিProper Adj.
অক্সিজেনৰ উপস্থিতি অপৰিহাৰ্য হোৱা জীৱন আৰু প্ৰক্ৰিয়া সমূহ
life and processes in which the process of oxygen is essential.
- সবাতোকৈxo.ba.to`.koiAdjective Adj.
বহুবোৰৰ ভিতৰত; যেনেঃ আটাইতকৈ কম/বেছি
out of many or several
- সবাতোতকৈAdjective Adj.
বহুবোৰৰ ভিতৰত; যেনেঃ আটাইতকৈ কম/বেছি
out of many or several
- সবিনয়sabinaẏaAdjective
বিনয়পূৰ্ণ; নম্ৰভাবে কৰা
humble; respectful.
- সবিশেষsabiśeṣaAdjective
বাহুল্য বিবৰণ থকা; সকলো কথা ভাঙি- পাতি কোবা
with all particulars; giving a detailed account
- সবিস্তাৰxo.bis.tarProper Adj.
ক্ষুদ্ৰ বস্তু বা অংশবিলাকো খুতি-নাতি মাৰি কৰা
Marked by thoroughness in treating small items or parts
- সবিস্ময়Proper Adj.
আগেয়ে নেদেখা নুশুনা; সাধাৰণতকৈ বেলেগ হোৱা
Out of the ordinary; unusual or striking; differing from the normal.
- সবুজsabujaAdjective
সেউজীয়া।
- সব্যসাচীxo.byo.xa.siProper Adj.
যি দুয়োখন হাত সমানে চলাব পাৰে
one who can use both hands with equal ability
- সভা-শুৰনিsabhā-śuraniAdjective
সমাজক শুবনি কৰা; সভাৰ ভিতৰত থকা আন মানুহতকৈ দেখাত অধিক সুন্দৰ হোবাৰ বাবে সভাৰ জেউতি চবোবা বা শ্ৰীবৱদ্ধি কৰা (মানুহ)
shedding lustre on the whole assembly; grand in appearance
- সভা-শুৱনিxo.bha-xu.wo.niProper Adj.
(সভাৰ মাজত) মানুহে দেখি ভাল পোৱা।
looking good enough for people to see.
- সভ্যsabhyaNoun
সভাসদ; সমজুবা
member of a society
- সভয়েxo.bho.yeVerbal Adj.
স(সৈতে) ভয়৷ ভয়ৰ সৈতে৷ ভয়ে ভয়ে৷
With a sence of fear.