কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সঙ্গীনxong.ginMaterial Noun
বন্দুকৰ আগত লগোৱা তৰোৱাল৷
a knife that can be fixed to the end of a rifle and used as a weapon.
- সঙ্গীবিহীনতাxong.gi.bi.hi.no.taAbstract Noun
অকলশৰীয়া অৱস্থা।
state of being lonely.
- সঙ্গোপনsaṅgopanaNoun
গোপনে ৰখা কাৰ্য্য
- সঙ্ঘsaṅghaNoun
সম্প্ৰদায়; সমাজ
a party; an association
- সঙ্ঘটনxong.gho.tonAbstract Noun
যি ঘটিত হৈছে বা ঘটা বুলি ধৰা হৈছে
something that happens or is regarded as happening
- সচংsacamNoun
মহন্ত থকা ঘৰ
a residence of a Mahanta
- সচলতাxo.so.lo.taAbstract Noun
এঠাইৰ পৰা আন ঠাইলৈ যাব পৰা ক্ষমতা বা সামৰ্থ্য
the ability to move from one place to the other
- সচাঁ ঘটনাxo~.sa gho.to.naAbstract Noun
এটা ঘটনা যিটো ঘটিছে বুলি থিৰাংকৈ জনা যায় ৷
An event known to have happened or something known to have existed.
- সচিতsacitaNoun
সচেতন অবস্হা; দিঠক
the awaking state
- সচিধনAbstract Noun
কাগজৰ টকা বা মুদ্ৰা ৰূপত থকা ধন
money in currency notes
- সচিবsacibaNoun
মন্ত্ৰী; অমাত্ম্য
minister
- সচিবালয়xo.si.ba.loyProper Noun
হিছাপ-পত্ৰ ৰখা কোনো চৰকাৰী বিভাগ বা দপ্তৰ বা আন আন্তঃৰাষ্ট্রীয় প্রতিস্থানৰ মুখ্য বিষয়াৰ কাযাৰ্লয় ৷
An administrative unit responsible for maintaining records and other secretarial duties; especially for international organizations.
- সচেতনsacetanaNoun
জ্ঞান থাকা; চেতনা থকা
animate; conscious
- সচেতনতাxo.se.to.no.taAbstract Noun
Informed, Having knowledge about soemthing
- সচ্চিদানন্দsaccidānandaNoun
সদায় জ্ঞানময় আৰু আনন্দ-স্বৰূপ ব্ৰহ্ম
the Supreme Being
- সচৰsacaraNoun
সচল; চলাচল কৰি বা লৰি-চৰি ফুৰা প্ৰাণী; যেনে- "সচৰ অচৰ হয় অচৰে চৰগতি। ঐচন মোহন ৰেণু পূৰে যদু- পতি" (বৰগীত)।
- সজনামxoj.namAbstract Noun
বহু লোকে জনা-শুনা আৰু সন্মান কৰা গুণ বা অৱস্থা
the state or quality of being widely honored and acclaimed
- সজনীxo.jo.niCommon Noun
ভাল পোৱা সঙ্গী (স্ত্ৰী লিঙ্গ)
a favored companion (female); a female friend
- সজলোকxoj.lo’kCommon Noun
যি বিবেচক আৰু অমায়িক
One who is considerate and courteous
- সজাইsajāiNoun
খুচুৰাকৈ বস্ত্ত বেচি ফুৰা বেপাৰী; কজুবাই; মহলীয়া
a petty travelling trader; a hawker; a pedlar