← ফুৰি যাওক

সচং

sacam

অৰ্থ

1.

মহন্ত থকা ঘৰ

a residence of a Mahanta

বি.

2.

শৰণ; মহাপুৰুষীয়া ধৰ্ম-শিক্ষা

initiation into the Vaisnava religion

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ