সচেতন
sacetana
অৰ্থ
1.
জ্ঞান থাকা; চেতনা থকা
animate; conscious
বি.
2.
সাৰে থকা; জাগি থকা; . সচেতন ক্ৰি. বিণ. সাৰে থকা; জাগি থাকোঁতে; টোপনি নোহোবাকৈ; , সচেতে ক্ৰি. বিণ. সচেতনে।
awake ; in an awaking state
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ