সঙ্গোপন
saṅgopana
অৰ্থ
1.
গোপনে ৰখা কাৰ্য্য
বি.
2.
মদনৰ পাঁচপাত শৰৰ এপাত, যেনে-"সঙ্গোপন সম্মোহন সন্দৰ্পণ প্ৰতাপন সম্মৰ্দন নাম এহি পাঞ্চ" (দ্বাদশ স্কন্ধ)
one of the five arrows of Cupid
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ