কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তহলদাৰীto.hol.da.riAbstract Noun
Troops, police etc. sent out ona regular basis for search or reconnaissance of an area
- তহ্বনtahbanaNoun
কঁকালৰপৰা আঁঠুৰ তললৈ মতাই পিন্ধা এচলীয়া কাপোৰ; লুঙি।
- তা-না-না-নাtā-nā-nā-nāNoun
গীত গোবাৰ আগতে ৰাগৰ আলাপ।
- তাঁতtām̐taNoun
কাপোৰ ব'বৰ কাৰণে তাঁত-শালত লগোবা দীঘল সূতাবিলাক
a warp in the loom
- তাঁত-বাটিta~t-ba.tiVerbal Noun
দুয়োমূৰে দুটা খঁটি পুতি এটা মূৰৰ পৰা আনটো মূৰলৈ সূতা মেৰিয়াই তাঁতৰ বাবে প্ৰস্তুত কৰা প্ৰক্ৰিয়া
the process of winding threads in the Assamese loom by fixing two poles on two ends and winding the thread from one end to the other
- তাঁতবাতিta~t.ba.tiVerbal Noun
দুখন ঠাইৰ মাজত ঘনাই অহা যোৱা কৰা কাৰ্য্য৷
Act of moving between two points(places)
- তাঁতশালta~t.xalMaterial Noun
কাপোৰ ববলৈ ব্যৱহাৰ কৰা এক সঁজুলি
A machine or apparatus for weaving fabric
- তাঁতিনীta~.ti.niCommon Noun
কাপোৰ ব’ব, কাটিব জনা তিৰোতা
a person whose occupation is weaving, specially a woman
- তাঁতিয়নীta~.tiyo.niCommon Noun
কাপোৰ ব’ব, কাটিব জনা তিৰোতা
a person whose occupation is weaving, specially a woman
- তাঁতীNoun
কাপোৰ বৈ প্ৰবৰ্ত্তা মানুহ; ; স্ত্ৰী. তাঁতীয়নী।
a weaver
- তাঁতৰNoun
বাণিৰ সূতা মাকোৰে সূমাবলৈ দীঘৰ সূতাবোৰ বেলেগোবা টান আৰু শকত সূতা
healds; heddles
- তাঁৰবাৰ্ত্তাta~r.bar.taProper Noun
তাঁৰৰ মাধ্যমেৰে প্ৰবাহিত সংবাদ ৷
a message or communication sent by telegraph; a telegraphic dispatch.
- তাংtangAbstract Noun
দিন, মাহ আৰু বছৰ উল্লেখ কৰি পঞ্জিকাৰ এটা নিৰ্দ্দিষ্ট দিন
a particular day of the calender, specified by the year, the month and the day
- তাইtāiNoun
আহোম জাতিৰ আদিম নাম
the name by which the Ahoms originally called themselves
- তাই'Noun
চোবাঁ।
- তাই-ফাইtāi-phāiNoun
ধৰফৰণি; দুখ দেখি অস্হিৰ হোবা কাৰ্য্য; যেনে -"শঙ্কৰক চাই কৰে তাই-ফাই, মুখে কাৰো পানী নাই" (শঙ্কৰ-চৰিত)
painful feeling
- তাইকtaikPronoun
objective case of she
- তাইনtāinaNoun
নিশ্চয়তা
time ; certainty
- তাইৰtairPronoun
objective case of she
- তাওtāoNoun
তাপ
heat