← ফুৰি যাওকতাইtāiঅৰ্থ1.আহোম জাতিৰ আদিম নামthe name by which the Ahoms originally called themselvesবি.সমাৰ্থক শব্দটাই · ṭāi2.সেইজনী; সেইজনী তিৰোতা বা ছোবালীsheসৰ্ব্ব.উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ