← ফুৰি যাওক

তাই-ফাই

tāi-phāi

অৰ্থ

1.

ধৰফৰণি; দুখ দেখি অস্হিৰ হোবা কাৰ্য্য; যেনে -"শঙ্কৰক চাই কৰে তাই-ফাই, মুখে কাৰো পানী নাই" (শঙ্কৰ-চৰিত)

painful feeling

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

তাই-ফাই · অসমীয়া অভিধান