← ফুৰি যাওক

তাঁত

tām̐ta

অৰ্থ

1.

কাপোৰ ব'বৰ কাৰণে তাঁত-শালত লগোবা দীঘল সূতাবিলাক

a warp in the loom

বি.

2.

শালত থকা বোবা কাপোৰ

a cloth in the course of being woven

বি.

3.

তাঁত-শাল

a loom

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

তাঁত · অসমীয়া অভিধান