← ফুৰি যাওক

তাঁত-বাটি

ta~t-ba.ti

অৰ্থ

1.

দুয়োমূৰে দুটা খঁটি পুতি এটা মূৰৰ পৰা আনটো মূৰলৈ সূতা মেৰিয়াই তাঁতৰ বাবে প্ৰস্তুত কৰা প্ৰক্ৰিয়া

the process of winding threads in the Assamese loom by fixing two poles on two ends and winding the thread from one end to the other

কৃদন্ত বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

তাঁত-বাটি · অসমীয়া অভিধান