কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চতুৰ্ব্বৰ্ণcaturbbarṇaNoun
হিন্দু মানুহৰ প্ৰধান চাৰি জাতি- ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ
the four main Hindu castes
- চতুৰ্বৰ্গcaturbargaNoun
ধৰ্ম্ম, অৰ্থ, কাম আৰু মোক্ষ, এই চাৰিটা মনুষ্য-জীবনৰ প্ৰধান বস্ত্ত
the four principal objects of the human pursuit; namely-virtue, wealth, sensual enjoyment and final beatitude
- চতুৰ্বৰ্ণcaturbarṇaNoun
হিন্দু মানুহৰ প্ৰধান চাৰি জাতি- ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ
the four main Hindu castes
- চতুৰ্ভিতিcaturbhitiNoun
চাৰিওফালে, যেনে-"চতুৰ্ভিতি বেঢ়ি যেন জগত গিলয়" (
- চতুৰ্ভুজcaturbhujaAdjective
চাৰি হাত থকা
having four arms
- চতুৰ্মুখcaturmukhaNoun
ব্ৰহ্মা [মহাপ্ৰলয়ৰ পানীত নাভি-পদ্মত অকলে বহি থকা ব্ৰহ্মা আচৰিত হৈ চাৰিওফালে চাওঁতে চাৰিমুখীয়া হ'ল (অনাদি-পাতন)]
name of Brahmā
- চতুৰ্ম্মুখcaturmmukhaNoun
ব্ৰহ্মা [মহাপ্ৰলয়ৰ পানীত নাভি-পদ্মত অকলে বহি থকা ব্ৰহ্মা আচৰিত হৈ চাৰিওফালে চাওঁতে চাৰিমুখীয়া হ'ল (অনাদি-পাতন)]
name of Brahmā
- চতুৰ্যুগcaturyugaNoun
চাৰি যুগ-সত্য, ত্ৰেতা, দ্বাপৰ, কলি
the four ages
- চত্বাৰিংশsot.ba.ring.xoAbstract Noun
দহ আৰু চাৰিৰ পূৰণফল বুজোৱা সংখ্যাটো - ৪০ ৷
The cardinal number that is the product of ten and four - 40.
- চত্বাৰিংশত্তমsot.ba.ring.xot.tomAbstract Noun
দহ আৰু চাৰিৰ পূৰণফল বুজোৱা সংখ্যাটো - ৪০ ৷
The cardinal number that is the product of ten and four - 40.
- চত্বাৰিংশৎcatbāriṃśatNoun
চল্লিশ; দুকুৰি
forty
- চতৰ্বতৰso.tor.bo.torVerbal Noun
লৰচৰ বা গতি কৰা কাৰ্য ৷
the act of changing location or position
- চদিৰMaterial Noun
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
- চনcanaNoun
বছৰ
year
- চন-মূৰcana-mūraNoun
খঙত নিজক বা আনৰ দোষ দি কৰা বেজাৰ
fretting; bitter self reproach
- চনদcanadaNoun
ৰজাৰ হুকুম বা আদেশ থকা পত্ৰ
a charter; a formal written paper conferring or confirming titles, rights or privileges
- চনমুৰson.murAbstract Noun
খঙেৰে নিজক বা আনক দোষ দি কৰা বেজাৰ ৷
an irritated state of mind.
- চনিcaniNoun
বেলি; কোনো এক কাৰ্য্য কৰা কাল; যেনে-"সি টকাৰ নিমিত্তে মোৰ ওচৰলৈ কেইবাচনিও আহিল"
a time
- চন্টুৰson.turMaterial Noun
কাশ্মীৰৰ প্ৰাচীন লোকবাদ্য৷ ইয়াৰ গাঁথনি, ৰূপ আৰু বজোৱাৰ শৈলীৰ আমূল পৰিবৰ্তনেৰে পণ্ডিত শিৱ কুমাৰ শৰ্মাই ইয়াক ভাৰতীয় শাস্ত্ৰীয় বাদ্যলৈ উন্নীত কৰে৷আগতে ইয়াক শত তন্ত্ৰী বীণাও বোলা হৈছিল৷
(also known as Shata-tantri Veena) a stringed instrument indigenous to Kashmir as a folk instrument. Pandit Shiv Kumar Sharma elevated it to a classical instrument through major changes in design and structure of the instrument and playing style. It is made of maple or walnut wood and shaped like trapezoid and is played with a pair of curved wooden mallets.
- চন্তৰিson.to.riCommon Noun
পহৰা দিয়াৰ কাৰণে নিযুক্ত লোক৷
A person stationed to keep vigil.