← ফুৰি যাওক

চনি

cani

অৰ্থ

1.

বেলি; কোনো এক কাৰ্য্য কৰা কাল; যেনে-"সি টকাৰ নিমিত্তে মোৰ ওচৰলৈ কেইবাচনিও আহিল"

a time

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চনি · অসমীয়া অভিধান