কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘গ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- গন্ধকলাইgandhakalāiNoun
কস্তূৰী; গন্ধ-পছৰ নাইত হোবা এবিধ সুগন্ধি বস্ত্ত
musk
- গন্ধকালীgandhakālīNoun
এজনী অপেচৰাৰ নাম [ঋষিৰ শাপতে গন্ধমাদন পৰ্ব্বতৰ কাষৰ হ্ৰদ এটাত ছায়াগ্ৰাহী নামেৰে এই এজনী গ্ৰাহী (জল-জন্ত্ত-বিশেষ) হৈ আছিল; এইক হনুমন্তই বধ কৰে।]।
- গন্ধনাgandhanāNoun
এবিধ গোন্ধ থকা বন; গছে-গোন্ধে নহৰুৰ নিচিনা, কিন্ত্ত তাতকৈ সৰু এবিধ আঞ্জাত খোবা মচলাৰ গছ
the shallot or white onion; Allium tuberosum or ascalonicum
- গন্ধপাতCommon Noun
A small tree and/or its leaves used in Indian cooking
- গন্ধবহgon.dho.bo.hoMaterial Noun
গতিশীল বায়ু, বিশেষকৈ ভূমিৰ সমান্তৰালকৈ বোৱা বায়ুৰ স্বাভাৱিক আৰু গমিব পৰা গতি
Moving air, especially a natural and perceptible movement of air parallel to or along the ground.
- গন্ধবাহgon.dho.bahMaterial Noun
গতিশীল বায়ু, বিশেষকৈ ভূমিৰ সমান্তৰালকৈ বোৱা বায়ুৰ স্বাভাৱিক আৰু গমিব পৰা গতি
Moving air, especially a natural and perceptible movement of air parallel to or along the ground.
- গন্ধবিৰিণাgon.dho.bi.ri.naCommon Noun
বিৰিণা জাতীয় এবিধ সুগন্ধি ঘাঁহ৷ ইযাৰ শিপাৰ পৰা তেল প্ৰস্তুত কৰা হয়৷
Lemon Grass is a tall tropical grass. The fresh stalks and leaves have a clean lemonlike odour because they contain an essential oil, which is also present in lemon peel. Lemon grass is a long thick grass with leaves at the top and a solid portion several inches long at the root end. The lower portion is sliced or pounded and used in cooking. As a spice, fresh lemon grass is preferred for its vibrant flavour, but is also sold in dried form. The dried spice is available in several forms: chopped in slices, cut and sifted, powdered, or as an oil can be extracted from the plant.
- গন্ধভাদুলীয়াgondh.bha.du.li.yaCommon Noun
এবিধ গোন্ধ থকা লতা৷ ইয়াৰ বহুটো ঔষধি গুণ আছে৷
A woody vine that has a strong pungent smell. In Assam it is used as a medicinal plant against common intestinal disorders.
- গন্ধমাদনgandhamādanaNoun
এটা পৰ্ব্বত [এই পৰ্ব্বতৰপৰা হনুমন্তই বিশল্যকৰণী নামেৰে ঔষধ আনি শক্তি-শেলত পৰি থকা লক্ষ্মণক জীয়ায়।]
- গন্ধমালতীgandhamālatīNoun
নাৰ্জী ফুল।
- গন্ধমাৰ্দনgandhamārdanaNoun
এটা পৰ্ব্বত [এই পৰ্ব্বতৰপৰা হনুমন্তই বিশল্যকৰণী নামেৰে ঔষধ আনি শক্তি-শেলত পৰি থকা লক্ষ্মণক জীয়ায়।]
- গন্ধমৰ্দ্দনgandhamarddanaNoun
এটা পৰ্ব্বত [এই পৰ্ব্বতৰপৰা হনুমন্তই বিশল্যকৰণী নামেৰে ঔষধ আনি শক্তি-শেলত পৰি থকা লক্ষ্মণক জীয়ায়।]
- গন্ধসাৰgandhasāraNoun
চন্দন কাঠ
sandal-wood
- গন্ধসৰৈgandhasaraiNoun
গন্ধসাৰ; এবিধ সুগন্ধ থকা ওখ-ডাঙৰ সুকাঠী গছ
a timber tree; cinnamonium glanduliferum or Cryptocaria amyadalina
- গন্ধীয় ফুকনgandhīẏa, phukanaNoun
গন্ধীয়া ভঁৰালৰ প্ৰধান বিষয়া
Ahom executive officer of records
- গন্ধীয়াCommon Noun
অসমীয়া সম্প্ৰদায়ৰ এটা উপাধি
a title of the people of Assam
- গন্ধীয়া বৰুবাgandhīẏā, barubāNoun
গন্ধীয়া ভঁৰালৰ এজন বিষয়া
an Ahom officer of records
- গন্ধীয়া-ভঁৰালgandhīẏā-bham̐rālaNoun
আহোম ৰজাৰ দিনত ৰাজনৈতিক চিঠি-পত্ৰ, পুথি, ছনদ আদি ৰজাঘৰীয়া কাকত ৰখা ভঁৰাল
the record-store or archieve of the Ahom sovereigns
- গন্ধীয়া-ভণ্ডাৰgandhīẏā-bhaṇḍāraNoun
আহোম ৰজাৰ দিনত ৰাজনৈতিক চিঠি-পত্ৰ, পুথি, ছনদ আদি ৰজাঘৰীয়া কাকত ৰখা ভঁৰাল
the record-store or archieve of the Ahom sovereigns
- গন্ধীয়া-ভাণ্ডাৰgon.dhi.ya-bhan.darMaterial Noun
আহোম ৰজাৰ দিনত ৰাজনৈতিক নথি-পত্ৰ কীট-পতংগৰ পৰা গন্ধকৰ ধোঁৱাৰে সুৰক্ষিত কৰি ৰখা ভঁৰাল ।(গন্ধীয়া ফুকন আৰু গন্ধীয়া বৰুৱা যথাক্ৰমে এই ভঁৰালৰ প্ৰধান আৰু আন বিষয়া আছিল ।
Archives of the Ahom kings where royal documents were preserved with sulphurous fumes. (the officers of this archives were known as Gondhia Phukan and Gondhiya Barua )