← ফুৰি যাওক

গন্ধীয়া-ভঁৰাল

gandhīẏā-bham̐rāla

অৰ্থ

1.

আহোম ৰজাৰ দিনত ৰাজনৈতিক চিঠি-পত্ৰ, পুথি, ছনদ আদি ৰজাঘৰীয়া কাকত ৰখা ভঁৰাল

the record-store or archieve of the Ahom sovereigns

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

গন্ধীয়া-ভঁৰাল · অসমীয়া অভিধান