← ফুৰি যাওক

গন্ধমৰ্দ্দন

gandhamarddana

অৰ্থ

1.

এটা পৰ্ব্বত [এই পৰ্ব্বতৰপৰা হনুমন্তই বিশল্যকৰণী নামেৰে ঔষধ আনি শক্তি-শেলত পৰি থকা লক্ষ্মণক জীয়ায়।]

বি.

সমাৰ্থক শব্দ

2.

এজন বানৰ বীৰ।

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ