← ফুৰি যাওক

গন্ধকালী

gandhakālī

অৰ্থ

1.

এজনী অপেচৰাৰ নাম [ঋষিৰ শাপতে গন্ধমাদন পৰ্ব্বতৰ কাষৰ হ্ৰদ এটাত ছায়াগ্ৰাহী নামেৰে এই এজনী গ্ৰাহী (জল-জন্ত্ত-বিশেষ) হৈ আছিল; এইক হনুমন্তই বধ কৰে।]।

বি.

2.

এটা ৰাগৰ নাম (গীতি-ৰামায়ণ)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ