কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হৈমন্তhaimantaAdjective
সোণেৰে নিৰ্ম্মিত
made of gold
- হৈমন্তিকhaimantikaAdjective
হেমন্ত-কালত অৰ্থাৎ আঘোণ-পুহ মাহত হোবা
produced in winter
- হৈমন্তীhoi.mon.tiProper Adj.
হেমন্ত কালত জন্ম হোৱা (মহিলা বা নাৰী)
born in the dewy season (said of a female)
- হৈয়াhaiẏāAdjective
হেঁকেৰা; এফালে ঢাল লোবা; আওগৰীয়া
oblique; aslant
- হোঁকোৰাAdjective
"হোঁকোৰ্ হোঁকোৰ্" শব্দ কৰা
bellowing; roaring
- হোঁহকা-উজোবাNoun
এটা কাম কৰিবলৈ ধৰিআকৌ নকৰা হোবা অবস্হা; এবাৰ আগলৈ গৈ আকৌ পিছলৈ যোবা
indecision; wavering, vacilltion
- হোঁহকা-পিছলাNoun
এটা কাম কৰিবলৈ ধৰিআকৌ নকৰা হোবা অবস্হা; এবাৰ আগলৈ গৈ আকৌ পিছলৈ যোবা
indecision; wavering, vacilltion
- হোজাhojāAdjective
অকপটীয়া; অচতুৰ; সৰল; পোন পটিৰ
simple; straightforward; artless
- হোল-গোঁজhola-gom̐jaAdjective
কাঠৰ পুতলাৰ নিচিনা অৰ্থাৎ জ্ঞান-বুদ্ধি নথকা; হোজা; অচতুৰ; সৰল
like a figure; simple; artless
- হোলাৰ ভাই মোলাho`.lar bhai mo`.laProper Adj.
যি আনক সহজে বিশ্বাস কৰে, যাক সহজে বিচলিত কৰিব পাৰি৷
Too ready to believe others, One who can be tricked easily.
- হোলোংholomNoun
এবিধ বহল, দীঘলীয়া পাতেৰে বেছি ডাল নথকা, পোলোঙা, বৰ ওখ-ডাঙৰ গছ
a kind of forest tree; Dipterocarpus bondii
- হোলোং-গোজho`.lo`ng-go`jProper Adj.
যি আনক সহজে বিশ্বাস কৰে, যাক সহজে বিচলিত কৰিব পাৰি৷
Too ready to believe others, One who can be tricked easily.
- হোলোক-ঢোলোকholoka-ḍholokaAdjective
লৰক-ফৰক; টানকৈ লাগি নধৰা; খাজ নোখোবা
unsteady; slack; not firmly fixed
- হোলোক-পোলোকholoka-polokaAdjective
হোলোক-ঢোলোক; লৰক-ফৰক।
- হোৰোপাhoropāAdjective
কোনো অংশ তললৈ বহি যোবা
depressed. as a house
- হোৰোসাAdjective
ভেৰেহা; তললৈ (পেট) ওলমা
fat and flabby; bulging and puffy
- হ্স্যৰসাত্মকProper Adj.
হাস্যৰস যোগাব পৰা অৰ্থাৎ হাঁহিৰ খোৰাক যোগাব পৰা
having the characteristics of a humorist
- হ্ৰস্বhroswoProper Adj.
প্ৰয়োজনীয় দৈৰ্ঘ্যতকৈ কম
less than the required length
- হ্ৰস্বম্যাদীho.sro.mya.diAdjective Adj.
তুলনামূলক ভাৱে কম সময়ৰ বাবে
covering or applying to a relatively short period of time
- হ্ৰাসhrāsaNoun
কম বা অলপ হোবা গুণ
shortness