← ফুৰি যাওক

হোঁহকা-পিছলা

অৰ্থ

1.

এটা কাম কৰিবলৈ ধৰিআকৌ নকৰা হোবা অবস্হা; এবাৰ আগলৈ গৈ আকৌ পিছলৈ যোবা

indecision; wavering, vacilltion

বি.

সমাৰ্থক শব্দ

2.

এবাৰ আগ বাঢ়ি এবাৰ পাছলৈ যোবা; এটা কাম কৰিবলৈ ধৰি আকৌ নকৰা হোবা

vacillating; wavering; moving backward and forward

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ