কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হেৰাherāNoun
মানুহৰ প্ৰাণ নাশ বা অনিষ্ট কৰা এক প্ৰকাৰ কুমন্ত্ৰ
an incantation supposed to injure or kill a man when used against him
- হেৰুউৱাhe.ru.u.waVerb-Trans.
কোনো বস্তু ওপৰত থকা অধিকাৰ নোহোৱা হ
to lose possession of something
- হেৰুবাherubāTransitive verb
বিচাৰি বা দেখি নোপোবা কৰ্; হানি বা লোকচান কৰ্; হাতত নথকা কৰ্
to lose; to cause to be lost
- হেৰুৱাhe.ru.waVerb-Trans.
কোনো বস্তু ওপৰত থকা অধিকাৰ নোহোৱা হ
to lose possession of something
- হেৰোৱাhe.ro`.waVerbal Adj.
যিটো বৰ্ত্তমানে হাতত নাই বা হেৰাইছে
no longer possessed or retained
- হেৰ্herTransitive verb
দেখ্; চা
see; look at
- হৈ-চৈ কৰ্hoi-soi korVerb-Intran.
To utter a sudden and loud outcry, as in joy, triumph, or exultation or to attract attention
- হো হোবা, হৌ হৌবাIntransitive verb
হো-হো বা হৌ হৌ শব্দ কৰ্।
- হোঁhom̐Indeclinable
হয় বুলি শলগা মাত
yes; an interjection of consenting or admitting
- হোঁবকhom̐bakaVerb
"হোঁ" চোবাঁ।
- হোঁহঁকা-পিছলাho`~.ho~.ka-pi.so.laVerbal Noun
কোনো এক সময়ত এটা কাম কৰিবৰ থিৰাং কৰি আকৌ পিচলৈ ৰখা কাৰ্য্য; এবাৰ কামলৈ আগবাঢ়ি আকৌ পাচলৈ যোৱা কাৰ্য্য।
The act of procrastinating; putting off or delaying or deferring an action to a later time.
- হোঁহকাTransitive verb
এঠাইৰপৰা আন ঠাইলৈ লৰা; পশ্চাদপসৰণ
to move back; to shift
- হোঁহক্hom̐hakIntransitive verb
আগৰপৰা পাছলৈ যা
to recede; to shift; to postpone
- হোঁহোঁকা-পিছলাho`~.ho`~.ka-pi.so.laVerbal Noun
কোনো এক সময়ত এটা কাম কৰিবৰ থিৰাং কৰি আকৌ পিচলৈ ৰখা কাৰ্য্য; এবাৰ কামলৈ আগবাঢ়ি আকৌ পাচলৈ যোৱা কাৰ্য্য।
The act of procrastinating; putting off or delaying or deferring an action to a later time.
- হোঁহোক্Verb-Intran.
মতামত সলনি কৰ্
change an opinion
- হোক্হোকাIntransitive verb
হোক্হোক্ শব্দ কৰি মাৎ
to grunt
- হোপা-হোপেAdverb
এহোপা এহোপাকৈ।
- হোপ্hopTransitive verb
ওঁঠ চেপি ধৰি শুহি গা (পনীয়া বস্ত্ত বা ধোঁবোখোবা)
to suck; to draw into the mouth (as water or smoke)
- হোহোঁকা-পিচলা কৰ্ho’.ho’~.ka-pi.so.la korVerb-Intran.
সন্দিহান হৈ ৰৈ দিয়া; কিং-কৰ্ত্তব্য-বিমূঢ় হৈ আগবাঢ়িব নোৱাৰা।
pause in doubt; unable to proceed becuase not sure what/how to do.
- হোৰনিho’.ro.niVerb-Intran.
ধেমালিতে পানী, বোকা আদিত লেটেৰি-পেটেৰি হ৷
an act or instance of rolling about or laying in water, snow, mud, dust, or the like, as for refreshment