← ফুৰি যাওক

হোঁহোঁকা-পিছলা

ho`~.ho`~.ka-pi.so.la

অৰ্থ

1.

কোনো এক সময়ত এটা কাম কৰিবৰ থিৰাং কৰি আকৌ পিচলৈ ৰখা কাৰ্য্য; এবাৰ কামলৈ আগবাঢ়ি আকৌ পাচলৈ যোৱা কাৰ্য্য।

The act of procrastinating; putting off or delaying or deferring an action to a later time.

কৃদন্ত বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হোঁহোঁকা-পিছলা · অসমীয়া অভিধান