হেৰা
herā
অৰ্থ
1.
মানুহৰ প্ৰাণ নাশ বা অনিষ্ট কৰা এক প্ৰকাৰ কুমন্ত্ৰ
an incantation supposed to injure or kill a man when used against him
বি.
সমাৰ্থক শব্দ
2.
সমনীয়া মানুহক সম্বোধন কৰা শব্দ
a vocative particle used in addressing a person of equal rank
অব্য.
3.
নথকা হ; বিচাৰি নোপোবা হ; কাৰো লগৰপৰা আঁতৰ হ
to be lost
অক. ধা.
4.
সমনীয়া মানুহক সম্বোধন কৰা শব্দ
a vocative particle used in familiarly addressing a person of equal rank
অব্য.
5.
এবিধ কুমন্ত্ৰ।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ