হোঁ
hom̐
অৰ্থ
1.
হয় বুলি শলগা মাত
yes; an interjection of consenting or admitting
অব্য.
2.
ধৰ্; ল; গ্ৰহণ কৰ্; . (সামান্য লোকক কওঁতে কোবা হয়) হোঁ; (সমনীয়াক) হোঁবাঁ; (ডাঙৰ বা মান্য জনক) হোঁবক।
take
ক্ৰি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ