কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অকৰ্মakarmaNoun
অকাৰ্য্য; কুকৰ্ম্ম; দুষ্কৰ্ম্মঃ পাপকৰ্ম্ম; বেয়া কাম
misdeed; evil deed; vice
- অকৰ্মক ক্ৰিয়াo.kor.mok kri.yaProper Noun
যি ক্ৰিয়াৰ অৰ্থ সম্পূৰ্ণ হ’বলৈ প্ৰতক্ষ্য কৰ্মৰ প্ৰয়োজন নহয় ৷
A verb that does not need a direct object to complete its meaning. Run, sleep,travel, wonder, and die are all intransitive verbs.
- অকৰ্মক ধাতুo.kor.mok dha.tuProper Noun
যি ক্ৰিয়াৰ অৰ্থ সম্পূৰ্ণ হ’বলৈ প্ৰতক্ষ্য কৰ্মৰ প্ৰয়োজন নহয় ৷
A verb that does not need a direct object to complete its meaning. Run, sleep,travel, wonder, and die are all intransitive verbs.
- অকৰ্মণ্যতাo.kor.mo.nyo.taAbstract Noun
কাম কৰিবলৈ অনিচ্ছা হোৱা গুণ|
The property of being lazy and inactive
- অকৰ্ম্মakarmmaNoun
অকাৰ্য্য; কুকৰ্ম্ম; দুষ্কৰ্ম্মঃ পাপকৰ্ম্ম; বেয়া কাম
misdeed; evil deed; vice
- অকৱতাৰ্থakawatārthaNoun
বিকল-মনোৰথ
disappointed
- অকৱতিakawatiNoun
কৰিব নগলীয়া কাম
misbehaviour; improper conduct
- অকৱতিত্বNoun
অযোগ্যতা; অক্ষমতা।
- অকৱত্যakawatyaNoun
নিন্দনীয় কাম; . বিণ. যিটো কৰা উচিত নহয়; অকৰণীয়
an improper act; crime ; which is not to be done; criminal
- অখণ্ড সংখ্যাo.khon.do xon.khyoAbstract Noun
Integers are positive natural numbers (1,2,3,...), their negatives (-1,-2,-3,...) and the number 0
- অখণ্ড-মণ্ডলakhaṇḍa-maṇḍalaAdjective
সম্পূৰ্ণ গোলাকাৰ
completely circular
- অখণ্ডনo.khon.donAbstract Noun
এজন ব্যক্তিৰ আধ্যাত্মিক সত্তা।
the spirititual element of a person.
- অখাজakhājaAdjective
খাবৰ অযোগ্য
not eatable
- অখাতakhātaNoun
মানুহে নখন্দাকৈ স্বাভাবিকতে হোবা পানীৰ ভাগ
a natural pond or lake
- অখাদ্যakhādyaAdjective
খাবৰ অযোগ্য
not eatable
- অখালদাঁৰakhāladām̐raNoun
অবাবত বা জগৰ নকৰাকৈ ভৰা দণ্ড; নিৰৰ্থক ভৰণি
a fine for no offence
- অখিলাত্মাo.khi.lat.maAbstract Noun
বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু পালন কৰ্ত্তা, যাক সৰ্বোত্তম, সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞানী ৰূপে ধৰা হয় ৷
A being conceived as the perfect, omnipotent, omniscient originator and ruler of the universe
- অখ্যাতিakhyātiNoun
অপযশ; দুৰ্যশ; দুৰ্নাম; নিন্দা; বদ্নাম
infamy; bad reputation
- অগagaNoun
যি গমন কৰিব নোবাৰে; যি লৰচৰ হ'ব নোবাৰে
unable to walk or move about; motionless
- অগগোত্ৰCommon Noun
তেজৰ সম্বন্ধ অথবা বৈবাহিক সম্পৰ্ক নথকা ব্যক্তি
a person who is not connected by blood or marriage