← ফুৰি যাওক

অকৰ্মক ক্ৰিয়া

o.kor.mok kri.ya

অৰ্থ

1.

যি ক্ৰিয়াৰ অৰ্থ সম্পূৰ্ণ হ’বলৈ প্ৰতক্ষ্য কৰ্মৰ প্ৰয়োজন নহয় ৷

A verb that does not need a direct object to complete its meaning. Run, sleep,travel, wonder, and die are all intransitive verbs.

সংজ্ঞাবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অকৰ্মক ক্ৰিয়া · অসমীয়া অভিধান