কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চিত্তহাৰীsit.to.ha.riProper Adj.
ইন্দ্ৰিয়বোৰে অনুভৱ বা গ্ৰহণ কৰিব পৰা৷
highly susceptible to influence through the senses.
- চিত্তাকৰ্ষকsit.ta.kor.xokProper Adj.
আনন্দকৰ ইন্দ্ৰিয়ানুভূতি জগাব পৰা
Asthetically pleasing or interesting
- চিত্তৰঞ্জকsit.to.ron.jokProper Adj.
অতিশয় ভাললগা, মনোৰম, আনন্দ-দায়ক|
very pleasant, attractive or delightful.
- চিত্তৰঞ্জনsit.to.ron.jonAbstract Noun
হাঁহি অথবা আনন্দ যোগাব পৰা কোনো বস্তু; আনন্দ যোগোৱা কাৰ্য্য
something that provides mirth or amusement; the act of giving pleasure
- চিত্ৰcitraNoun
লেখনীৰে অঁকা বা লেখা মূৰ্তি; পট
a picture
- চিত্ৰ-বিচিত্ৰcitra-bicitraAdjective
নানা বৰণীয়া
variegated; marked with many colours
- চিত্ৰবিচিত্ৰsit.ro.bi.sit.roAdjective Adj.
দুটা বা ততোধিক বৰণ থকা
varied in appearance or color; marked with patches or spots of different colors
- চিত্ৰানুগsit.ra.nugProper Adj.
ছৱিৰ দৰে স্পষ্ট আৰু আকৰ্ষণীয় ৷
Visually attractive in a quaint or charming manner such as an image.
- চিত্ৰিতcitritaAdjective
লেখনীৰে লেখা বা অঙ্কিত
painted; drawn
- চিতৰাsi.to.raAdjective Adj.
দুটা বা ততোধিক বৰণ থকা
varied in appearance or color; marked with patches or spots of different colors
- চিতৰা-পখৰাcitarā-pakharāAdjective
নানা বৰণ থকা; চিত্ৰ-বিচিত্ৰ
variegated
- চিতৰীcitarīAdjective
গাত নানা বৰণ থকা; পখৰা; যেনে-"কলী কালী বগী চিতৰী পাৰলী" (বিৰাট-পৰ্ব্ব)
variegated
- চিদানন্দcidānandaNoun
সচ্চিদানন্দ।
- চিদ্বিলাসcidbilāsaAdjective
চিত্তৰ য'ত সদায় আনন্দ পাত্ৰ আছে; যেনে-"তেজিয়া বৈকুণ্ঠপুৰী এ চিদবিলাস। কি লাগি কমলাপতি ব্ৰজে কৈলা বাস" (বৰগীত)
of perfect blissful state of mind
- চিধাcidhāAdjective
পোন
straight
- চিনাকিcinākiNoun
পৰিচয়
acquitance
- চিনাকীsi.na.kiProper Adj.
বুজি পোৱা অথবা জনা হোৱা |
understood or having knowledge about
- চিনাক্তcināktaAdjective
কোনো বস্ত্তৰ আগেয়ে জনা চিন দেখি তাক অমুক বস্ত্ত বুলি নিৰ্ণয় কৰা; যেনে-"চোৰে নিয়া মাল চিনাক্ত কৰিছে"
identified; recognised
- চিনাক্তকৰণযোগ্যVerbal Adj.
চিনি পাব পৰা বা চিনাক্ত কৰিব পৰা
able to be recognized
- চিনাক্তকৰণসাধ্যVerbal Adj.
চিনি পাব পৰা বা চিনাক্ত কৰিব পৰা
able to be recognized