← ফুৰি যাওক

চিদ্বিলাস

cidbilāsa

অৰ্থ

1.

চিত্তৰ য'ত সদায় আনন্দ পাত্ৰ আছে; যেনে-"তেজিয়া বৈকুণ্ঠপুৰী এ চিদবিলাস। কি লাগি কমলাপতি ব্ৰজে কৈলা বাস" (বৰগীত)

of perfect blissful state of mind

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চিদ্বিলাস · অসমীয়া অভিধান