← ফুৰি যাওক

চিতৰী

citarī

অৰ্থ

1.

গাত নানা বৰণ থকা; পখৰা; যেনে-"কলী কালী বগী চিতৰী পাৰলী" (বিৰাট-পৰ্ব্ব)

variegated

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চিতৰী · অসমীয়া অভিধান