চিত্তহাৰী
sit.to.ha.ri
অৰ্থ
1.
ইন্দ্ৰিয়বোৰে অনুভৱ বা গ্ৰহণ কৰিব পৰা৷
highly susceptible to influence through the senses.
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
2.
আনৰ মনক মোহিব পৰা আকৰ্ষণীয় শৰীৰ, ব্যক্তিত্ব আদি থকা ৷
having the power or quality of attracting; as, the attractive force of bodies or personality.
প্ৰকৃত বিশেষণ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ