কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তেমতেtemateAdverb
তেনেকৈ।
- তেমনেtemaneAdverb
তেনেকৈ।
- তেল দিয়াVerbal Noun
যন্ত্ৰৰ চকাৰ দৰে অংশ তেলজাতীয় দ্ৰব্যৰ দ্বাৰা সুচল কৰা কাৰ্য
The act of lubricating parts such as wheels of machinery with lubricants
- তেল লগাtel lo.gaVerb-Trans.
কাৰোবাক মন ভাল লগোৱা কথা কোৱা যাতে সেই কথা শুনি সন্তুষ্ট হৈ তেওঁ কওঁতাৰ কিবা উপকাৰ সাধে৷
to say nice, pleasant things but not in a sincere/honest way, to somebody so that s/he is pleased and does something for you.
- তেল সান্tel xanVerb-Trans.
কিহবাৰ পৃষ্ঠত চৰ্বি বা তেলেৰে প্ৰলেপ দে
to rub fat and oil over something
- তেলনি মাৰ্te.lo.ni marVerb-Trans.
মাংস বা আন ৰন্ধা খাদ্যত গৰম চৰ্বি বা তেল ঢাল্
to pour hot fat and liquid over meat while it is cooking
- তেহেteheAdverb
তেনেহ'লেহে; সেই কথা বা কাৰ্য্য ঘটিলেহে
then; in that case only; under that condition or circumstance only
- তেহেলৈte.he.loiAdverb
আনটো দিশলৈ বা অন্য এফালে
to that side or to the other side
- তৈচেtaiceAdverb
তেনেকৈ
like that
- তৈছেtaicheAdverb
তেনেকৈ
like that
- তৈলমৰ্দন কৰ্toi.lo.mor.don korVerb-Trans.
কাৰোবাক মন ভাল লগোৱা কথা কোৱা যাতে সেই কথা শুনি সন্তুষ্ট হৈ তেওঁ কওঁতাৰ কিবা উপকাৰ সাধে৷
to say nice, pleasant things but not in a sincere/honest way, to somebody so that s/he is pleased and does something for you.
- তৈসানিtaisāniAdverb
তেতিয়া; তাহানি
then; formerly
- তৈয়াৰ কৰ্toi.yar.korVerb-Trans.
(কোনো বস্তু) ব্যৱহাৰৰ উপযোগীকৈ গঢ়ি তোল্।
To make something or somebody ready to be used or to do something.
- তৈৰাtairāTransitive verb
পানীৰপৰা তোল্ (তিয়াই ৰখা চাউল, মাহ)
to take out of water
- তোমাTransitive verb
তোমত ভৰাই খ
to bundle up or enclose in a tom
- তোলto’lVerb-Trans.
সাম্প্ৰতিক স্থানৰ পৰা ওপৰৰ এক স্থানলৈ উঠা ৷
To move something in the upward direction.
- তোলনি বিয়াto’.lo.ni biyaVerbal Noun
ছোৱালী প্ৰথমে ঋতুমতী হোৱাৰ পৰা সাত দিনৰ মূৰত নোৱাই গা ধুওৱা কাৰ্য্য ৷
the ceremony of anointing a girl with unguents and bathing her on the seventh day after the first appearance of catamenia.
- তোলপাৰ লগাto`l.pal lo.gaVerb-Trans.
সকলো বেমেজালিপূৰ্ণ বা শৃংখলাহীন কৰি পেলা।
make all things haphazard; bring disorderliness; create a chaotic atmosphere.
- তোলাtolāTransitive verb
আনক তুলিবলৈ দি; আনৰ দ্বাৰা থিয় কৰা; . কৱদ
to cause to be raised, etc.
- তোল্tolTransitive verb
দাং; থিয় কৰ্; ওপৰলৈ উঠা; উন্নত কৰ্; উদ্ধাৰ কৰ্
to raise; elevate; to promote; to deliver