← ফুৰি যাওক

তৈৰা

tairā

অৰ্থ

1.

পানীৰপৰা তোল্ (তিয়াই ৰখা চাউল, মাহ)

to take out of water

সক. ধা.

2.

নাবৰপৰা তৰলৈ তোল্

to land from a boat

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

তৈৰা · অসমীয়া অভিধান