← ফুৰি যাওক

তৈলমৰ্দন কৰ্

toi.lo.mor.don kor

অৰ্থ

1.

কাৰোবাক মন ভাল লগোৱা কথা কোৱা যাতে সেই কথা শুনি সন্তুষ্ট হৈ তেওঁ কওঁতাৰ কিবা উপকাৰ সাধে৷

to say nice, pleasant things but not in a sincere/honest way, to somebody so that s/he is pleased and does something for you.

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

তৈলমৰ্দন কৰ্ · অসমীয়া অভিধান