তেহে
tehe
অৰ্থ
1.
তেনেহ'লেহে; সেই কথা বা কাৰ্য্য ঘটিলেহে
then; in that case only; under that condition or circumstance only
ক্ৰি. বিণ.
2.
সেই ঠাই, তেহেত সেই ঠাইত; তেহেলৈ সেই ঠাইলৈ; সেই ফাললৈ; তেহেৰপৰা সেই ঠাইৰপৰা; সেই ফালৰপৰা; তেহেত সেই ঠাইত।
বি.
3.
সেই ঠাইত।
ক্ৰি. বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ